Skip to main content

Posts

Showing posts with the label Blogging

QUIZ : Check out 5 blogging quiz questions before you start your own food blog.

You are a big foodie. You are an amazing cook. Your friends and relatives always praise your cooking skills. You love to take beautiful pictures of your food. You like to visit restaurants and like to try different dishes. You like to do experiments in your kitchen by trying different recipes. You often post pictures of your food creations in facebook and instagram. And now you want to become a food blogger. You want to start your own food blog and that's very good. অসমীয়াত ফুড ব্লগ খুলিবলৈ ক্লিক কৰিব But before you start your own food blog please go through the following blogging quiz questions and ask yourself, are you really want to start your own food blog?  Can you really run a food blog?  Is it really so easy to create and get success in food blogging? Creating a food blog is very easy. By the help of google or by taking any blogging course you can easily start your food blog. And after creating your food blog you will easily learn how to post a blog post. And ...

Bloggerত ফুড ব্লগ এটা কিদৰে খুলিব (Step by Step Guide)

Blogger হৈছে সকলোতকৈ সহজ এটি ব্লগিংৰ মাধ্যম| Blogger  ক প্ৰথমতে পায়ৰা লেবচে গড়ে যদিও দুহেজাৰ তিনি চনত ইয়াক গুগলে ক্ৰয় কৰি লয়|  Blogger  দ্বাৰা গড়া ব্লগ বোৰৰ hosting  গুগলে কৰে আৰু চাবডমেইন blogspot.com ত উপলব্ধ হয়| এনে ব্লগবোৰ ব্লগাৰৰ নিজা কাচতম ডমেইনটো উপলব্ধ হয়| Blogger ত ফুড ব্লগ এটা খোলাৰ আগতে কিছুমান জানিব লগীয়া কথা :   • ফুড ব্লগ মানে কি? • WordPress কি ? Blogger ত ব্লগ কিদৰে খুলিব STEP 1  Blogger ত বিনামূলীয়া ব্লগ এটা খুলাৰ আগতে আপুনি Blogger  একাউন্ট এটা খুলাৰ দৰকাৰ| ক্লিক কৰক ->   sign in to Blogger  Blogger একাউন্ট খুলিবলৈ আপোনাৰ দৰকাৰী Google username  আৰু password. STEP 2 Blogger  একাউন্ট sign in  কৰাৰ পাছত বাওঁফালে থকা তলমূখীয়া কাড় দাল টেপিব| ক্লিক কৰিব " New Blog"| ক্লিক কৰিলে তলত দেখুৱাৰ দৰে পাব| STEP 3 এটিয়া আপুনি নিজৰ পচন্দৰ ব্লগ নাম এটা টাইপ কৰক তলত দেখুৱাৰ দৰে| STEP 4 এইদৰে ব্লগ নাম টাইপ কৰাৰ পাছত ব্লগ এড্ৰেচ টাইপ কৰিব তলত দেখুৱাৰ দৰে|কেতিয়াবা আপুনি বিচৰা সেই নামৰ ব...

WordPress ত ফুড ব্লগ এটা কিদৰে খুলিব (How to create a food blog on WordPress)

WordPress ক ব্লগিংৰ ক্ষেত্ৰত সকলোতকৈ উত্তম মাধ্যম বুলি গন্য কৰা হয়| ইয়াৰ লগতে wordpress হৈছে ব্লগিংৰ ক্ষেত্ৰত সকলোতকৈ জনপ্ৰিয় | দুহেজাৰ তিনি চনত আৰম্ভ কৰা এই ব্লগিং মাধ্যমতোৰে বৰ্তমান ইনটাৰনেটৰ 30% তকৈয়ো অধিক ৱেৱচাইট আছে | আপুনি যদি নতুনকৈ খাদ্যৰ ব্লগ বা ফুড ব্লগ এটা খুলিব বিছাৰে তেনেহলে মাধ্যম হিচাপে WordPress বাচি লব পাৰে |   ফুড ব্লগ মানে কি জানিবলৈ  ইয়াত ক্লিক কৰক নতুন ব্লগাৰে WordPressত ব্লগ খুলিব বিছাৰিলে প্ৰথমতে বিভ্ৰান্ত হব লগা হয়  WordPress.com   আৰু  WordPress.org ৰ মাজত | কোনটোত ব্লগ খুলিব? WordPress.com আৰু WordPress.org ৰ মাজৰ কিছুমান বিভেদ আছে| WordPress.com  আৰু WordPress.org  দুটা বেলেগ মাধ্যম আৰু নতুন ব্লগাৰে প্ৰথমতে এই বিভেদ ধৰিব নোৱাৰি ভুল কৰা দেখা যায় | WordPress.org WordPress.org  হৈছে সবাতোকৈ জনপ্ৰিয় ব্লগিং মাধ্যম | ই হৈছে এটা self hosted  ব্লগিং মাধ্যম | এই মাধ্যমত ব্লগিং কৰিলে ব্লগৰ সম্পূৰ্ণ স্বতাধিকাৰ আপোনাৰ ওচৰত থাকে| এনে ব্লগৰ দ্বাৰা বিজ্ঞাপনৰে অৰ্থ উপাৰ্জন কৰিব পাৰি আৰু এই উপাৰ্জনৰ অংশ কাৰোৰে...

ফুড ব্লগ এটা কিদৰে খুলিব (How to Start a Food Blog)

ফেচবুকত বিভিন্ন খাদ্য গোট বোৰ বাঢ়িছে আৰু লগতে বাঢ়িছে ধুনিয়া ধুনিয়া খাদ্যৰ ফটো আৰু ৰেচিপি সমূহ|অসমত টেলেণ্টৰ অভাৱ নাই বুলি কথা এষাৰ প্ৰায়ে শুনা যায়| সকলো ক্ষেত্ৰতে অসমীয়া সকল আগবাঢ়িছে যদিও  ফুড ব্লগিং ৰ ক্ষেত্ৰত সংখ্য একেবাৰে নগন্য| ইয়াৰ বিপৰীতে খাদ্য আৰু ৰেচিপি সম্বন্ধীয় ইউটিউবাৰৰ সংখ্যা বহুত বাঢ়িছে| ইউটিউবত ভিডিয়ৰ দ্বাৰা ৰেচিপি এটা প্ৰদৰ্শন কৰা হয় কিন্তু যি সকলৰ ফুড ফটোগ্ৰাফীৰ ওপৰত ৰুচি আছে, তেওঁলোকৰ বাবে ব্লগিং এটা উত্তম মাধ্যম| ইয়াৰ উপৰিও বহুতে ৰেচিপি এটাৰ ভিডিঅ চোৱাতকৈ ৰেচিপি পঢ়ি ভাল পায়| তেনে ক্ষেত্ৰত অসমীয়াত ৰেচিপি বিচাৰি গুগলত চাৰ্চ কৰিলে দেখা যায় যে অসমীয়া ফুড ব্লগৰ সংখ্যা তেনেই নগন্য| এই ক্ষেত্ৰত ফুড ব্লগ এটা কিদৰে খুলিব লাগে বহুতে নাজানিবও পাৰে| সেয়েহে মই কেইটিমান ব্লগ পষ্টৰ  জৰিয়তে ফুড ব্লগ এটা কিদৰে খুলিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম|ফুড ব্লগ এটা খোলাৰ আগতে আমি প্ৰথমে জানি লব লাগিব ফুড ব্লগ মানে কি ? সেয়েহে মোৰ প্ৰথম পষ্ট টোত আজি ফুড ব্লগ আৰু ব্লগিং নো কি হয়, সেই বিষয়ে আলোচনা কৰিম| ব্লগ মানে কি ? ব্লগ (blog) হৈছে  ইংৰাজী weblog  ৰ সংক্ষিপ্ত শ...