Skip to main content

Posts

Showing posts with the label ডায়েবেটিক ৰেচিপি

ডায়েবেটিক সকলৰ বাবে দহ বিধ তিতা খাদ্য | 10 Bitter Foods That Are Good For Diabetics

তিতা খাদ্য ডায়েবেটিক ৰোগীৰ বাবে উত্তম বুলি ধৰা হয় কাৰণ তিতা খাদ্যই তেজত থকা চেনিৰ পৰিমান প্ৰাকৃতিক ভাৱে হ্ৰাস কৰাত সহায় কৰে |তলত দহ বিধ অসমত উপলব্ধ তিতা পাচলিৰ এখন সূচী দিয়া হৈছে | এই তিতা খাদ্যবোৰ ডায়েবেটিক সকলে তেওঁলোকৰ খাদ্য তালিকাত অন্তভূক্ত কৰিলে ডায়েবেটিত ৰোধ কৰাত প্ৰাকৃতিক ভাবে সক্ষম হব পাৰি| 01. তিতা কেৰেলা : তিতা বুলি কলেই প্ৰথমে মনলৈ কেৱল এবিধ পাচলিৰ কথা হে আহে 'তিতা কেৰেলা', নহয় জানো |তিতা কেৰেলাত এবিধ ইনচুলিনৰ দ্বৰে যৌগিক পদাৰ্থ থাকে যাক কোৱা হয় Polypeptide-p বা p-insulin যিয়ে ডায়েবেটিক প্ৰাকৃতিক ভাৱে ৰোধ কৰাত সহায় কৰে । সেয়েহে তিতা কেৰেলাক ডায়েবেটিক ৰোগী‌সকলে নিজৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে।    তিতা কেৰেলাক পিটিকা বনাই, ভাজি বা জুচ বনায়ো খাব পাৰি| 02. বেত গাজ : বেত গাজৰ ভিতৰৰ কোমলীয়া বগা অংশ পাচলি হিচাপে খোৱা হয় | তিতা হোৱাৰ বাবে ডায়েবেটিক সকলৰ বাবে উপযোগী | ইয়াক আলুৰ লগত ভাজি বা পিটিকা কৰি খোৱা হয় | Recipes of Bet Gaaj (click) 03. তিতা মৰা : তিতা মৰা খাবলৈ বৰ বেছি তিতা নহয় | ইয়াক সাধাৰনতে গাঁঠি মাৰি বনোৱাৰ নিয়ম আছে | এই শা...